২০ জুন, ৰাভা দিৱস — ই কেৱল এটা তাৰিখ নহয়, ই হৈছে আমাৰ সাহিত্য, সংগীত, সংস্কৃতি আৰু জাতীয় চেতনাৰ এক পবিত্ৰ স্মৃতি। বিষ্ণুপ্ৰসাদ ৰাভা এজন কেবল সংগ্ৰামী শিল্পী নহয়, তেওঁ আছিল এজন বিপ্লৱী, যি কলা আৰু চিন্তাৰ জৰিয়তে সমাজত সজাগতা আনিছিল। অসমীয়া জাতিৰ ইতিহাসত তেওঁৰ অৱদান এক অবিস্মৰণীয় পতিচ্ছবি হৈ ৰ’ল।এই দিৱসটোত আমি তেওঁৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিক সুঁৱৰিছো — য’ত প্ৰতিটো শব্দ, সুৰ আৰু শিল্পয়ে ৰাজনৈতিক আৰু সামাজিক চেতনাক উচ্চস্বৰত প্ৰকাশ কৰিছিল।
June 20 — Rabha Dibas is not just a date; it is a powerful reminder of our cultural roots, artistic brilliance, and revolutionary spirit. Bishnu Prasad Rabha was not merely an artist — he was a visionary, a cultural warrior, and a people’s revolutionary who used music, art, and literature as tools for social awakening.On this day, we remember and pay tribute to his undying contributions to the socio-political and cultural landscape of Assam. His legacy continues to inspire generations through his timeless songs, progressive thoughts, and selfless service to the nation.